খবৰ পালোঁ তুমি আহিবা বুলি , সুখ , ফূৰ্ত্তী, উদ্দ্যমেৰে ভৰি পৰিল সেই পুৱা । দুয়ো দুয়োকে সাৱতি ধৰি কৰিলোঁ এক নতুন আশা, ভগৱানৰ আগত মূৰ দোৱাই কৰিলো দুয়োয়ে প্ৰাৰ্থনা । ১৯ জুলাই ২০১৫, এনে এটি ৰবিবাৰে, দুডাল ৰঙা আচঁ দেখি চাইচিলো বাৰে বাৰে। ভাবিছিলো এটি নতুন জীৱন আহিব আমাৰ মাজত, হ'ব আমাৰ জীৱন নতুন, সাজিব নতুন সাজত। সকলো আছিল অনেক সুখী, কৰিছিল বহুতো কল্পনা , যেন অঙ্কিত হৈছিল আমাৰ জীৱনত নতুন এক আল্পনা। ৩০ জুলাই ২০১৫, শুনিলো এনে এক কথা ; হয়তো তুমি নাহিবা, মনতে পালোঁ দুখ , কষ্ট ও ব্যথা। জানিছিলো তুমি নাথাকা মোৰ লগত কেতিয়াও , তথাপিও যেন মনত এক আশা আছিল তেতিয়াও। ২১ আগষ্ট ২০১৫, তুমি মোৰ কাষৰ পৰা যাবলৈ ধৰিলা, তোমাক কোলাত ধৰি ৰাখিব নোৱাৰিলো; বিবষ মোক কৰিলা । ৰক্তৰ এটি এটি টোপাল , তোমাৰ এটি এটি অংশ , গৈ আছিল মোৰ মাজৰ পৰা, হৈ আছিল সকলো ধ্বংস। কষ্টেৰে ভৰা আছিল সেই কেইদিন, সকলোৰে আছিল ভিন্ন মত, ভিন্ন প্ৰতিক্ৰিয়া প্ৰতিদিন । ২৬ আগষ্ট ২০১৫, তুমি আৰু নাই মোৰ মাজত, আশা, কল্...
A land of skyscappers!!!! We were excited to the bits. We decided to celebrate our 5 years of togetherness with something very special and beautiful. This time it was our first International Trip!! We both love to travel. Whether it's by airways, train, bus, car or whatever. Exploring new places, interacting with new people is our common interest. We never get tired of travelling. As soon as everything was finalized we started packing our bags with the best we have. This time we promised ourselves that we'll travel light, & guess what, we succeeded 😁😁. After celebrating our marriage anniversary on 30th Sept '17 with family, we had our flight the very next day. 1ST OCT '17 was all about Airports, check-ins, immigration, security check, boarding & finally reaching Dubai with little outing to the mall!! we left for airport at about 9:30 a.m. in the morning. Flight timing was 01:40 p.m. We reached airport at about 11 a.m. After check-in & immigratio...